सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ দয়া আছে
उदाहरणे : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
समानार्थी : কাৰুণিক, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
अर्थ : যিজন বৰ দয়ালু হয়
उदाहरणे : দয়াৰাম মহাজন দয়াৰ সাগৰ, তেওঁ দুখীয়াৰ সেৱাত সকলো অর্পন কৰিলে
समानार्थी : কৰুণা সাগৰ, দয়াৰ সাগৰ
स्थापित करा