अर्थ : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
उदाहरणे :
সকলো চাকৰেই বিশ্বাসী নহয়
समानार्थी : প্রভুভক্ত, বিশ্বাসী, স্বামীভক্ত
अर्थ : নিজক কৰা উপকাৰ মানি লোৱা লোক
उदाहरणे :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
समानार्थी : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত