अर्थ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
उदाहरणे :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
समानार्थी : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত
अर्थ : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
उदाहरणे :
মোহন এই কামত সফল হʼল
समानार्थी : কৃতকার্য, কৃতকার্য্য, সফল, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ