अर्थ : বেয়া লক্ষণ বা চিন
उदाहरणे :
ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
समानार्थी : অশুভ লক্ষণ
अर्थ : অশুভ বা বেয়া লক্ষণ
उदाहरणे :
কʼৰবালৈ যাবৰ সময়ত মেকুৰীয়ে ৰাস্তা কটা কুলক্ষণ বুলি মনা হয়