पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কুমাৰী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কুমাৰী   বিশেষ্য

अर्थ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

उदाहरणे : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

समानार्थी : অক্ষতযোনি নাৰী, কন্যা

अर्थ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন

उदाहरणे : কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে

अर्थ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই

उदाहरणे : মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে

समानार्थी : অবিবাহিত, অবিবাহিত মহিলা

अर्थ : যি স্ত্রী ৰজস্বলা হোৱা নাই

उदाहरणे : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

समानार्थी : কুঁৱৰী

কুমাৰী   বিশেষণ

अर्थ : যাৰ কৌমার্য ভঙ্গ ্হোৱা নাই

उदाहरणे : নৱৰাত্রিত কুমাৰী ছোৱালীবোৰক ভোজন কৰোৱা হয়

अर्थ : যাৰ বিবাহ হোৱা নাই

उदाहरणे : প্রথমতে বিমান পৰিচাৰিকাৰ কাৰণে অবিবাহিতা মহিলাকহে নি্র্বাচিত কৰা হৈছিল

समानार्थी : অপৰিণীতা, অবিবাহিতা

चौपाल