अर्थ : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি
उदाहरणे :
তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ
समानार्थी : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি
अर्थ : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ
उदाहरणे :
কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়
समानार्थी : কুন্তল ৰাগ