सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ মহত্ত্বপূর্ণ উপল্্ব্ধি
उदाहरणे : আলেকজেণ্ডাৰক তেওঁৰ কৃতিত্বৰ বাবে জনা যায়
समानार्थी : কৃতিত্ব, মহৎ কার্য
अर्थ : খ্যাত হোৱা অৱস্থা বা ভাব
उदाहरणे : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
समानार्थी : খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
अर्थ : কোনো মহত্ত্বপূর্ণ উপলব্ধিৰ বিৱৰণ
उदाहरणे : শৈশৱত আমি চিন্দাবাদৰ কৃর্তিত্ব পঢ়িছিলো
समानार्थी : কৃতকর্ম, কৃর্তিত্ব
स्थापित करा