सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : টকা-পইচা আদি দি দোকান বা কোনো ব্যক্তি আদিৰ পৰা সামগ্রী লোৱা
उदाहरणे : মই দোকানৰ পৰা এটা চোলা কিনিলোঁ
समानार्थी : ক্রয় কৰা, খৰিদা, দোকান কৰা, বজাৰ কৰা
अर्थ : যিটো ক্রয় কৰা হৈছে
उदाहरणे : শীলাই কিনা সামগ্রীখিনি বাকছত ৰাখিছে
समानार्थी : ক্রয় কৰা
स्थापित करा