पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কাৰিকৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কাৰিকৰ   বিশেষ্য

अर्थ : মিস্ত্রীৰ কাম

उदाहरणे : মনোহৰে চহৰত মিস্ত্রী কৰে

समानार्थी : কাৰিগৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম

अर्थ : যিজনে ঘৰ বা কাঠ, ধাতু আদিৰে বস্তু বনায়

उदाहरणे : এই মূর্তিটো ভাল মিস্ত্রীয়ে বনাইছে

समानार्थी : কাৰিগৰ, বাঢ়ৈ, মিস্ত্রী

अर्थ : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ

उदाहरणे : কাৰিকৰজন আজি কামলৈ নাহিল

समानार्थी : কাৰিগৰ

अर्थ : শিল্পৰ কাম কৰা ব্যক্তি

उदाहरणे : তাজমহল নিপুণ শিল্পীৰ এক অনুপম কৃতি

समानार्थी : কলাকুশলী, কাৰুশিল্পী, শিল্পকাৰ, শিল্পকৰ, শিল্পী, শিল্প্কর্ম্্কাৰ

चौपाल