पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কাৰক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কাৰক   বিশেষ্য

अर्थ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

उदाहरणे : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

समानार्थी : অর্থ, কাৰণ, নিমিত্ত, মূল, হেতু

अर्थ : ব্যাকৰণত সংজ্ঞা বা স্্র্ব্্নামৰ যি অৱস্থাৰ দ্বাৰা কোনো বাক্যত তাৰ ক্রিয়াৰ লগত সম্বন্ধ নির্ণয় কৰে

उदाहरणे : হিন্দীত আঠ প্রকাৰৰ কাৰক আছে

কাৰক   বিশেষণ

अर्थ : যিটো কৰিবলগীয়া

उदाहरणे : ভগৱানেই সকলো কামৰ কর্তা, আমি মাথোঁ নিমিত্ত

समानार्थी : কর্তা, কৰোঁতা, সংঘটক

अर्थ : কোনো কাম কৰোতা

उदाहरणे : আপোনাৰ হিতৰ কাৰক গ্রহ মংগল

चौपाल