अर्थ : দূৰত্ব বা সময়ৰ হিচাপত যি নিচেই কাষৰ
उदाहरणे :
কুশীনগৰ আমাৰ গাঁৱৰ কাষৰীয়া নগৰ
समानार्थी : অনতিদূৰৰ, ওচৰৰ, কাষৰ, নিকট্্ৱর্ত্তী, পার্শ্বৱর্তী, সমীপ্্ৱর্তী, ্অদূৰৱর্তী
अर्थ : দাঁতিত থকা লোক
उदाहरणे :
বানপানীৰ কাৰণে বেছিভাগ দাঁতিয়লীয়া লোক গৃহহাৰা হৈ পৰিল
समानार्थी : কুলস্থিত, কূলসমী্পৱর্ত্তী, কূ্লৱর্ত্তী, তটবাসী, তটৱ্্র্তী, তী্ৰৱর্ত্তী, তীৰস্থ, তীৰস্থিত, দাঁতিপৰীয়া, দাঁতিয়লীয়া, দাঁতিয়াল, পৰীয়া, সৈকতিত