सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
उदाहरणे : শ্যাম মোৰ কাষতে বহিল
समानार्थी : ওচৰ
अर्थ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
उदाहरणे : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
समानार्थी : আগ, মূৰ
अर्थ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
उदाहरणे : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
समानार्थी : পার্শ্ব
अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
उदाहरणे :
समानार्थी : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरणे : এই কাঁহীখনৰ কাণটো বৰ পাতল
समानार्थी : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
अर्थ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
उदाहरणे : তেওঁ ্ মোৰ ওচৰতে থাকে
समानार्थी : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
अर्थ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
उदाहरणे : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
समानार्थी : কিনাৰ, দাঁতি, পাৰ
अर्थ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
उदाहरणे : আপোনাৰ কোন ফালে যাবলগীয়া আছে
समानार्थी : দিশ, পিন, ফাল
स्थापित करा