सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
उदाहरणे : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
समानार्थी : অপযশ, কলংক, দাগ, লাঞ্ছনা
अर्थ : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ
उदाहरणे : বেৰত লগা এলান্ধুবোৰ চাফা কৰা
समानार्थी : আলান্ধু, এলান্ধু, কʼলা-ছাই
अर्थ : কʼলা হোৱা অৱস্থা
उदाहरणे : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে
समानार्थी : কʼলা পৰা
स्थापित करा