सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পাৰ হৈ যোৱা কাল বা সময়
उदाहरणे : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
समानार्थी : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
अर्थ : আজিৰ পূর্বৰ দিনটো
उदाहरणे : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল
समानार्थी : যোৱাকালি
अर्थ : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ
उदाहरणे : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে
समानार्थी : চিয়াঁহী, মহী
अर्थ : আজিৰ এদিন আগৰ দিন
उदाहरणे : মই কালি ইয়াত নাছিলো
स्थापित करा