पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কাল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কাল   বিশেষ্য

अर्थ : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

उदाहरणे : জন্মিলে মৃত্যু হʼবই

समानार्थी : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

अर्थ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

उदाहरणे : সময় কাৰোবাবে ৰৈ নাথাকে

समानार्थी : ক্ষণ, বেলা, সময়

अर्थ : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

उदाहरणे : কাল প্রধানকৈ তিনি প্রকাৰৰ

अर्थ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

उदाहरणे : তেওঁৰ মৃত্যু অতি ওচৰত

समानार्थी : মৃত্যু, মৰণ কাল

अर्थ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

उदाहरणे : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

समानार्थी : দিন, যুগ

अर्थ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

उदाहरणे : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

समानार्थी : যুগ, সময়

चौपाल