पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কামোৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কামোৰা   ক্ৰিয়া

अर्थ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে

उदाहरणे :

अर्थ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য

उदाहरणे : তেওঁ কলমটো কামুৰি আছে

समानार्थी : কামুৰি থকা, চোৱোৱা

अर्थ : মূৰৰ বিষ কৰা

उदाहरणे : আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে

अर्थ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য

उदाहरणे : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে

समानार्थी : খুটা, ডকা

चौपाल