सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
उदाहरणे : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
समानार्थी : প্রয়োগ, ব্যৱহাৰ
अर्थ : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
उदाहरणे : উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
समानार्थी : খটা
स्थापित करा