पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কান্ধ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কান্ধ   বিশেষ্য

अर्थ : হাতোৰা লগ লাগি থকা হাতৰ অংশ

उदाहरणे : ৰামে মোৰ কান্ধত খামুচি ধৰিলে

समानार्थी : স্কন্ধ, স্কন্ধদেশ

अर्थ : মূৰৰ সৈতে শৰীৰৰ জোৰা লগোৱা পিঠিৰ বাহিৰৰ অংশ বিশেষ

उदाहरणे : মই গলধনত মোচোকা খালোঁ

समानार्थी : গলধন

अर्थ : শৰীৰৰ ডিঙি আৰু বাহুৰ মাজৰ অংশ

उदाहरणे : হনুমানে ৰাম আৰু লক্ষ্মণক নিজৰ দুই কান্ধত বহুৱাই লৈ সুগ্রীৱৰ ওচৰ পালেগৈ

समानार्थी : কান, স্কন্ধ, স্কন্ধদেশ

चौपाल