सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শোভিত হোৱা অৱস্থা বা ভাব
उदाहरणे : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
समानार्थी : সৌন্দর্য, ্শোভা, ৰমণীয়তা
अर्थ : এক ধৰণৰ প্রকাশ বা পোহৰ
उदाहरणे : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
समानार्थी : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
अर्थ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
उदाहरणे : তেওঁৰ ্ কান্তি নিৰুপম
समानार्थी : সৌন্দর্য, ৰূপ
अर्थ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
उदाहरणे : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
समानार्थी : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
स्थापित करा