सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरणे : এই কাঁহীখনৰ কাণটো বৰ পাতল
समानार्थी : কাষ, কিনাৰ, প্রান্তৰ, মূৰ
अर्थ : যি ইন্দ্রিয়ৰ সহায়ত শ্্ব্দ শুনা পোৱা যায়
उदाहरणे : গা-ধোওঁতে মোৰ কাণত পানী সোমাল
समानार्थी : কর্ণ, শ্রুতি, শ্রোত্র, শ্রৱণ, শ্রৱণেন্দ্রিয়, শ্্ব্দগ্রহ
स्थापित करा