सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এক ধৰণৰ খাদ্যোপযোগী্ ভেঁকুৰ
उदाहरणे : মই মাশ্বৰুমৰ চুপ খাই বহুত ভাল পাওঁ
समानार्थी : মাশ্বৰুম
अर्थ : জেকা ঠাই বা পচা বস্তু আদিত হোৱা ভেঁকুৰৰ জাতীয় উদ্ভিদ!
उदाहरणे : সেই ঠাইখিনি কাঠফুলাৰে ভৰি আছে
समानार्थी : কুকুৰমুতা, ধূলিয়ন, বেংছটা, বেংছতা, বেংছাটি, শিলীন্ধ্র
स्थापित करा