अर्थ : শুকান ৰূপত পোৱা এবিধ বাদামজাতীয় ফল!
उदाहरणे :
তেওঁ পুষ্টি লাভৰ কাৰণে সদায় কাজু, কিচমিচ আদি খায়
अर्थ : এবিধ চিৰসেউজ গছ যাৰ ফল.....
उदाहरणे :
এটা বান্দৰে কাজু গছৰ ডাল লৰাই আছে
समानार्थी : কাজু গছ, কাজু বাদামৰ গছ