अर्थ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
उदाहरणे :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
समानार्थी : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
अर्थ : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
उदाहरणे :
ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে