सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ পৰা দুখ পোৱা যায় বা দুখ দিওঁতা
उदाहरणे : তুমি নিজৰ মা-দেউতাৰ সেৱা নকৰাটো বৰ দুখজনক কথা
समानार्थी : কষ্টদায়ক, দুঃখকাৰক, দুঃখজনক, দুখকাৰক, দুখজনক
अर्थ : যি দুখ বা কষ্ট দিয়ে
उदाहरणे : বৃদ্ধ কাল দুখদায়ক
समानार्थी : কষ্টকৰ, কষ্টজনক, কষ্টদায়ক, কষ্টপ্রদ, দুঃখজনক, দুঃখদায়ক, দুখজনক, দুখদায়ক, দুখদায়ী, দুখপ্রদ, পীড়াদায়ক, পীড়াদায়ী
स्थापित करा