सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ পৰা দুখ পোৱা যায় বা দুখ দিওঁতা
उदाहरणे : তুমি নিজৰ মা-দেউতাৰ সেৱা নকৰাটো বৰ দুখজনক কথা
समानार्थी : কষ্টদায়ী, দুঃখকাৰক, দুঃখজনক, দুখকাৰক, দুখজনক
अर्थ : যি দুখ বা কষ্ট দিয়ে
उदाहरणे : বৃদ্ধ কাল দুখদায়ক
समानार्थी : কষ্টকৰ, কষ্টজনক, কষ্টদায়ী, কষ্টপ্রদ, দুঃখজনক, দুঃখদায়ক, দুখজনক, দুখদায়ক, দুখদায়ী, দুখপ্রদ, পীড়াদায়ক, পীড়াদায়ী
अर्थ : যি কষ্টত আছে
उदाहरणे : তেওঁৰ ্ কষ্টদায়ক অৱস্থা মই চাব নোৱাৰো
समानार्थी : কষ্টকৰ, দুঃখিত, দুখার্ত, দুখিত, যন্ত্রণাদায়ক, ্কাতৰ
स्थापित करा