पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কষ্ট দিয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কষ্ট দিয়া   ক্ৰিয়া

अर्थ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা

उदाहरणे : ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে

समानार्थी : যাতনা দিয়া, শাস্তি দিয়া

अर्थ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে

उदाहरणे : অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে

समानार्थी : দুখ দিয়া

अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

उदाहरणे : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

समानार्थी : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

चौपाल