पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কষ্ট शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কষ্ট   বিশেষ্য

अर्थ : কোনো উদ্দেশ্য সাধনৰ বাবে কৰা কাম:তেওঁ্ সফলতা পোৱাৰ কাৰণে অতিপাত চেষ্টা কৰিছিল

उदाहरणे :

समानार्थी : চেষ্টা, প্রচেষ্টা, প্রযত্ন, প্রয়াস, যত্ন

अर्थ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

उदाहरणे : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

समानार्थी : অসুখ, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

अर्थ : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

उदाहरणे : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

समानार्थी : কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

अर्थ : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

उदाहरणे : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

समानार्थी : দুখ, দুখ-কষ্ট, দুখ-বেদনা, যন্ত্রণা, যাতনা

चौपाल