पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কলা   বিশেষ্য

अर्थ : কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়

उदाहरणे : তেওঁৰ ্ কলাৰ শ্রেষ্ঠতা সকলোৱে মানে

समानार्थी : আর্ট

अर्थ : কলা-সম্বন্ধীয় সেই ্কর্ম ্যাৰ সম্পাদনৰ কাৰণে জ্ঞানৰ উপৰিও অতিৰিক্ত কৌশল আৰু অভ্যাসৰ আৱশ্যকতাৰ প্রয়োজন

उदाहरणे : কলা সকলোৰে সাধ্যৰ ভিতৰত নহয়

समानार्थी : কলাকর্ম, শিল্প, শিল্প-্কর্ম, শিল্প্কর্ম, ্কলা-কর্ম

কলা   বিশেষণ

अर्थ : যিজনে শুনা নাপায়

उदाहरणे : প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে

समानार्थी : কাণ গধুৰ, বধিৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত

चौपाल