पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কলম शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কলম   বিশেষ্য

अर्थ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

उदाहरणे : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

समानार्थी : কাপ

अर्थ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

उदाहरणे : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

समानार्थी : কাপ, নিজৰি কাপ, পেন, লেখনী

अर्थ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়

उदाहरणे : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে

समानार्थी : লেখনি

चौपाल