पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কমলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কমলা   বিশেষ্য

अर्थ : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল

उदाहरणे : তেওঁ ্সদায় কমলাৰ ৰস খায়

समानार्थी : কমলা টেঙা

अर्थ : ধনৰ অধিষ্ঠাত্রী দেৱী যাক বিষ্ণুৰ পত্নী বুলি কোৱা হয়

उदाहरणे : মানুহে ধন প্রাপ্তিৰ বাবে লক্ষ্মীৰ পূজা কৰে

समानार्थी : ইন্দিৰা, ধনদা, নাৰায়ণী, পদ্মা, লক্ষ্মী, শতদলবাসিনী, শ্রী, হৰিপ্রিয়া, ৰমা

अर्थ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং

उदाहरणे : চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে

समानार्थी : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং

अर्थ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ

उदाहरणे : কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল

समानार्थी : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ

चौपाल