पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কম शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কম   বিশেষ্য

अर्थ : কমি যোৱা অৱস্থা বা ভাব

उदाहरणे : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো

समानार्थी : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব

কম   বিশেষণ

अर्थ : যি প্রবল নহয়

उदाहरणे : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

समानार्थी : অধম, অপ্রবল, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ

अर्थ : যিটো হিচাপতকৈ কম

उदाहरणे : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে

समानार्थी : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কিছু, ক্ষণিক, ন্যূন, লেশ

अर्थ : যাৰ দৰ বা ভাও কমি গৈছে

उदाहरणे : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে

समानार्थी : অৱনত, মন্দা

अर्थ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত

उदाहरणे : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে

समानार्थी : অলপ, ন্যূন

चौपाल