अर्थ : মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ
उदाहरणे :
তেওঁ ্সদায় সন্ধিয়া নিজৰ মাকৰ সমাধিত মমবাতি জ্বলায়
समानार्थी : সমাধি, সমাধিস্তম্ভ
अर्थ : মুছলমান, খ্রীষ্টান, ইহুদীসকলে তেওঁলোকৰ মৃত লোকসকলক সৎকাৰ কৰা গাঁত বিশেষ
उदाहरणे :
মহান চুফী সাধুজনক সৎকাৰৰ কাৰণে অসংখ্যলোকে কবৰ খান্দিলে
अर्थ : যি ঠাইত শৱৰ অন্ত্যেষ্টি ক্রিয়া কৰা হয়
उदाहरणे :
তান্ত্রিকজনে শ্মশানত সাধনা কৰি আছে
समानार्थी : কবৰখানা, কবৰস্থান, খৰি দিয়া ঠাই, গোৰস্থান, দাহস্থান, মৰিশালি, শশান, শ্মশান, শ্মশানভূমি, শৱদাহস্থান, শৱসৎকাৰভূমি, সমাধিক্ষেত্র, সমাধিভূমি, সমাধিস্থলী, সমাধিস্থান