सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
उदाहरणे : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
समानार्थी : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
अर्थ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
उदाहरणे : বাদামৰ ওপৰত বহুত টান খোলা থাকে
समानार्थी : আৱৰণ, খোলা
अर्थ : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
उदाहरणे : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
समानार्थी : অংগৰক্ষী
स्थापित करा