पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কফি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কফি   বিশেষ্য

अर्थ : এবিধ উদ্ভিদৰ পৰা পোৱা বীজ যাক পিচি পেয় পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়

उदाहरणे : তেওঁ কফিগুটিখিনি তৎক্ষণাত পিচি কফি তৈয়াৰ কৰি আছে

अर्थ : এবিধ উদ্ভিদ যাৰ বীজ খুন্দি পেয় পদার্থ ্তৈয়াৰ কৰা হয়

उदाहरणे : কফি এবিধ মজলীয়া আকাৰ উদ্ভিদ

समानार्थी : কফি গছ

अर्थ : চাহৰ নিচিনা এবিধ পেয় দ্রব্য

उदाहरणे : তেওঁ কফি খাই আছে

अर्थ : পেয় পদার্থ হিচাপে প্রস্তুত কৰা চাহপাতৰ দৰে এবিধ চূর্ণ

उदाहरणे : তেওঁ ্দোকানৰ পৰা এশ গ্রাম কফি কিনিলে

चौपाल