सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
उदाहरणे : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
समानार्थी : খাতা, বহী
अर्थ : কিতাপ বা বাতৰি কাকতৰ নকল
उदाहरणे : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
अर्थ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
उदाहरणे : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
समानार्थी : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
स्थापित करा