अर्थ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
उदाहरणे :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
समानार्थी : অক্ষতযোনি নাৰী, কুমাৰী
अर्थ : বাৰটা ৰাশিৰ মাজৰ ছয় নম্বৰৰ ৰাশি
उदाहरणे :
এই বছৰটো কন্যাৰাশিৰ লোকৰ কাৰণে ফলদায়ক হʼব
समानार्थी : কন্যা ৰাশি, কন্যাৰাশি