सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দীঘলীয়া ধৰণৰ ফুল ফুলা আৰু ফলৰ গাত বিন্ধা বা হূল থকা এবিধ জোপোহা উদ্ভিদ .....???
उदाहरणे : ধতুৰা ফুল ভগৱান শিৱৰ বৰ প্রিয়
समानार्थी : ধতুৰা, ধতুৰা গছ
अर्थ : গহণা-গাথৰি তৈয়াৰ কৰা এবিধ হালধীয়া ৰঙৰ মূল্যবান ধাতু:বর্ত্্মান সোণৰ দাম আকাশচুম্বী
उदाहरणे :
समानार्थी : কাঞ্চন, গʼল্ড, মহাধাতু, সুৱর্ণ, সোণ, স্বর্ণ, হিৰণ, হিৰণ্য, হেম, ্ সোণা
स्थापित करा