अर्थ : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
उदाहरणे :
কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
समानार्थी : কদম্ব
अर्थ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
उदाहरणे :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
समानार्थी : খোজ
अर्थ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
उदाहरणे :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
समानार्थी : খোজ