सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
उदाहरणे : তেওঁৰ ্ মাতটো বৰ মিঠা
समानार्थी : গলা, বোল, মাত, স্বৰ
अर्थ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
उदाहरणे : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
समानार्थी : লয়, সুৰ
अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
उदाहरणे : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
समानार्थी : গলা
अर्थ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ
उदाहरणे : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়
समानार्थी : গল, গলা
स्थापित करा