अर्थ : কঠিন হোৱা অৱস্থা বা ভাব
उदाहरणे :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
समानार्थी : দুৰূহতা
अर्थ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
उदाहरणे :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
समानार्थी : অসুবিধা, কষ্টসাধ্যতা, দুৰূহতা
अर्थ : কঠোৰ হোৱা অৱস্থা বা ভাব
उदाहरणे :
শুকান মাটিৰ কঠিনতা আঁত্্ৰাবৰ কাৰণে তাত পানী দিয়া