पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ওলোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ওলোৱা   ক্ৰিয়া

अर्थ : কোনো কিতাপ আদি ছপা কৰি অনা

उदाहरणे : তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে

समानार्थी : প্রকাশিত হোৱা

अर्थ : কোনো বস্তু আদি নিজৰ ঠাইৰ পৰা ওপৰলৈ অনা বা দেখা দিয়া

उदाहरणे : সূর্য পূৱত দিশত ওলায়

समानार्थी : উদিত হোৱা, উদয় হোৱা

अर्थ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

उदाहरणे : তেওঁ কংগ্রেছৰ পৰা ওলাল

समानार्थी : পৃথক হোৱা

अर्थ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

उदाहरणे : তেওঁৰ ৰহস্য খুলিল

समानार्थी : খোলা, ফাদিল হোৱা

अर्थ : এৰি দিয়া

उदाहरणे : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

समानार्थी : মুক্ত হোৱা

अर्थ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা

उदाहरणे : বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল

समानार्थी : গুচি যোৱা

अर्थ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা

उदाहरणे : গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়

अर्थ : উৎপন্ন হোৱা

उदाहरणे : খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে

समानार्थी : গজা

अर्थ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা

उदाहरणे : আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়

अर्थ : প্রচলিত হোৱা

उदाहरणे : ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়

अर्थ : অনায়াসে উচ্চাৰিত হোৱা

उदाहरणे : গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল

अर्थ : অন্য কোনোফালে বাঢ়ি থকা

उदाहरणे : এই মেজখনৰ কোণাটো অলপ ওলাইছে

अर्थ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা

उदाहरणे : গংগা গংগোত্রীৰ পৰা ওলাইছে

समानार्थी : নি্র্গত ্হোৱা

अर्थ : বাহিৰলৈ অহা

उदाहरणे : সাপটো বিলৰ পৰা ওলাইছে

समानार्थी : নির্গত হোৱা, বাহিৰলৈ অহা

चौपाल