पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ওপৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ওপৰ   বিশেষ্য

अर्थ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

उदाहरणे : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

समानार्थी : আলাস, শূন্য

अर्थ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব

उदाहरणे : উৰাজাহাজখন বহুত ওপৰত উৰি আছে

समानार्थी : উচ্চতা

ওপৰ   ক্ৰিয়া বিশেষণ

अर्थ : অধিক বা বেছি

उदाहरणे : এই চেনিখিনি দহ কিলোৰ ওপৰত আছে

समानार्थी : অধিক

अर्थ : লিখা-মেলাৰ একেবাৰে প্রথমত

उदाहरणे : ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে

अर्थ : সহায়ৰ আধাৰত

उदाहरणे : মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে

ওপৰ   বিশেষণ

अर्थ : ওপৰৰ ফালৰ

उदाहरणे : এই বেৰখনৰ ওপৰৰ অংশ বেয়া হৈ গৈছে

चौपाल