अर्थ : দূৰত্ব বা সময়ৰ হিচাপত যি নিচেই কাষৰ
उदाहरणे :
কুশীনগৰ আমাৰ গাঁৱৰ কাষৰীয়া নগৰ
समानार्थी : অনতিদূৰৰ, কাষৰ, কাষৰীয়া, নিকট্্ৱর্ত্তী, পার্শ্বৱর্তী, সমীপ্্ৱর্তী, ্অদূৰৱর্তী
अर्थ : সকলোতকৈ ওচৰৰ
उदाहरणे :
ইয়াৰ পৰা নিকটতম বাছ-আস্থান কোনটো
समानार्थी : অনতিদূৰৰ, একেবাৰে ওচৰৰ, নিকটতম, পার্শ্বৱর্তী, সমী্পৱর্তী