सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ
उदाहरणे :
समानार्थी : উচ্চতা, দীঘ, দীর্ঘতা, দৈর্ঘ্য
अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
उदाहरणे : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
समानार्थी : উচ্চ, ওখ-পাখ, চৰা, টিং, শিখৰ
अर्थ : দীঘল শৰীৰৰ
उदाहरणे : অমিতাভ বচ্চন ওখ ব্যক্তি
समानार्थी : উচ্চ, উচ্চতাযুক্ত, উচ্চতাসম্পন্ন
स्थापित करा