अर्थ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
उदाहरणे :
তেওঁ ্মোক মেলাতে এৰিলে
समानार्थी : এৰা
अर्थ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
उदाहरणे :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
समानार्थी : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা