अर्थ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
उदाहरणे :
তেওঁ ্মোক মেলাতে এৰিলে
समानार्थी : এৰি দিয়া
अर्थ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা
उदाहरणे :
ৰেলগাড়ীয়ে ষ্টেচন এৰিলে
अर्थ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
उदाहरणे :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
समानार्थी : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা
अर्थ : ধ্যান নিদিয়া বা গণনা নকৰা
उदाहरणे :
বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে
समानार्थी : বাদ দিয়া
अर्थ : ওলাই যোৱা বা দলি মাৰি পঠোৱা
उदाहरणे :
ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে