सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे : দহৰ দহ গুণ এশ
समानार्थी : শতক, ১০০
अर्थ : এশৰ সমূহ বা গোট
उदाहरणे : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
अर्थ : নব্বৈ আৰু দহ
उदाहरणे : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
समानार्थी : পাঁচ কুৰি, শ, ১০০
स्थापित करा