अर्थ : ব্রহ্ম তথা জীৱক এক বুলি গণ্য কৰা বা অদ্বৈত যিদ্ধান্তক মানি চলা ব্যক্তি
उदाहरणे :
শংকৰাচার্য অদ্বৈতবাদী আছিল
समानार्थी : অদ্বৈতবাদী, একাত্মবাদী
अर्थ : যি ঈশ্বৰ আৰু জীৱক এক বুলি মানে
उदाहरणे :
অদ্বৈতবাদী শংকৰাচার্যই হিন্দু ধর্মৰ পুণৰুত্থান কৰিলে
समानार्थी : অদ্বৈতবাদী, একাত্মবাদী