सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যুৰীয়া ৰূপত বা একে ৰূপতে বা তাৰ সৈতে .......???
उदाहरणे : ইয়াৰ লগতে এই কামটোও কৰি লোৱা হওক
समानार्थी : একে লগতে, লগতে, লগে লগে, সৈতে
अर्थ : সংযুক্ত হৈ
उदाहरणे : আমি একেলগে এই কামটো কৰিম
समानार्थी : লগে-ভাগে
अर्थ : একেটা সময়তে
उदाहरणे : এই দুইটা কাম একেলগে হৈ যাব
अर्थ : সমূহীয়া ৰূপত
उदाहरणे : এই সংস্থাটোৰ কর্ম্্চাৰীসকলে সমূহীয়াভাৱে ত্যাগপত্র দিছে
समानार्थी : সমূহীয়াভাৱে, সামূহিকভাৱে
स्थापित करा