अर्थ : কোনো এক বিষয়ত লীন বা মজি থকা কার্য বা ভাব
उदाहरणे :
তেওঁ একনিষ্ঠতাৰে ভগৱানৰ ধ্যান কৰে
समानार्थी : একনিষ্ঠতা
अर्थ : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
उदाहरणे :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
समानार्थी : একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা, মনোযোগ